ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আহাৰ, বস্ত্র আদি দি জীৱন ৰক্ষা কৰা কার্য
ଉଦାହରଣ : কৃষ্ণৰ লালন-পালন যশোদাই কৰিছিল
ସମକକ୍ଷ : প্রতিপালন, ভৰণ-পোষণ, লালন-পালন
ଅର୍ଥ : কোনো আজ্ঞা, নির্দেশ, বচন, কর্তব্য আদিৰ অনুসৰি কাম কৰা কার্য
ଉଦାହରଣ : ৰাজ্যত ৰজাৰ আজ্ঞাৰ পালন হওক
ସଂସ୍ଥାପନ କରନ୍ତୁ