ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাল   বিশেষ্য

ଅର୍ଥ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

ଉଦାହରଣ : এতিয়া ৰামৰ পাল

ସମକକ୍ଷ : নম্বৰ, বাৰ

ଅର୍ଥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

ଉଦାହରଣ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

ସମକକ୍ଷ : জাক, সমুদায়, সমূহ

ଅର୍ଥ : কোনো শাৰী বা ক্রমৰ আগত বা পিছত অহা সুযোগ

ଉଦାହରଣ : শিৱৰাত্রিৰ দিনা শিৱ মন্দিৰ ্দর্শনৰ ্কাৰণে আধাঘণ্টা থিয় হৈ থকাৰ সময়ত মোৰ পাল আহিল

ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

ସମକକ୍ଷ : গণ, গোট, জাক, জুম, দʼম, দল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

ଅର୍ଥ : বতাহক সন্তুলিত কৰিবলৈ নাৱৰ মাস্তুলত বান্ধি দিয়া দীঘল-চাৰিচুকীয়া কাপোৰ বিশেষ

ଉଦାହରଣ : হঠাৎ ধুমুহা অহাত নাৱৰ দুর্বল ্ পালখন ফালিল

ସମକକ୍ଷ : নাৱৰ পাল

ଅର୍ଥ : কোনো এক নির্দিষ্ট সময় যʼত এজন কর্ম্্চাৰী বা কর্ম্্চাৰীৰ দল আহি কল-কাৰখানা আদিত কাম কৰে

ଉଦାହରଣ : ৰামদেৱৰ আজিৰ ৰাতিৰ পাল আৰম্ভ হৈ গʼল