ଅର୍ଥ : যি পাপ কৰে বা পাপ কৰোতা
ଉଦାହରଣ :
ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
ସମକକ୍ଷ :
অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী