ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাদ   বিশেষ্য

ଅର୍ଥ : পায়ুৰ পৰা ওলোৱা বায়ু

ଉଦାହରଣ : নিবিচাৰিলেও পাদ ওলায় যায়

ସମକକ୍ଷ : অধোবায়ু, অপান, অপান বায়ু, বাতকর্ম, বায়ু, বায়ু ত্যাগ

ଅର୍ଥ : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে

ଉଦାହରଣ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে

ସମକକ୍ଷ : চৰণ, পদ, পাৱ, ভৰি