ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
ଉଦାହରଣ : তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
ସମକକ୍ଷ : পাট্টা
ଅର୍ଥ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব
ଉଦାହରଣ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে
ସମକକ୍ଷ : দল, পত্র, পর্ণ
ଅର୍ଥ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
ଉଦାହରଣ : লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
ସମକକ୍ଷ : পৃষ্ঠা
ଅର୍ଥ : কাগজৰ সমান পাতল ধাতুৰ পাত
ଉଦାହରଣ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
ସମକକ୍ଷ : পত্র
ସଂସ୍ଥାପନ କରନ୍ତୁ