ଅର୍ଥ : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ
ଉଦାହରଣ :
এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে
ଅର୍ଥ : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি
ଉଦାହରଣ :
মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে
ସମକକ୍ଷ : পাণ্ডু-লিপি