ଅର୍ଥ : এবিধ লতাৰ পাত যাৰ ওপৰত ধপাত, চূণ আদি লগায় আৰু তাৰ থুপি বনায় খোৱা হয়
ଉଦାହରଣ :
তামুলীয়ে পাণৰ থুপি বনাই মোৰ ফালে আগবঢ়াই দিলে
ଅର୍ଥ : যিজোপা লতাৰ পাতত ধপাত, চূণ আদি লগাই থুপি বনাই খোৱা হয়
ଉଦାହରଣ :
এই বছৰ পাণৰ পাতবোৰ বঢ়া নাই