ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
ଉଦାହରଣ : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
ଅର୍ଥ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
ଉଦାହରଣ : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
ସମକକ୍ଷ : পীৰা
ଅର୍ଥ : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
ଉଦାହରଣ : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
ସମକକ୍ଷ : চিল্ক, ৰেচম, ৰেছম
ସଂସ୍ଥାପନ କରନ୍ତୁ