ଅର୍ଥ : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
ଉଦାହରଣ :
এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
ସମକକ୍ଷ : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
ଅର୍ଥ : পাঞ্জাৱৰ অধিবাসী
ଉଦାହରଣ :
ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
ସମକକ୍ଷ : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
ଅର୍ଥ : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
ଅର୍ଥ : পঞ্জাৱত থকা বা বসতি কৰা
ଉଦାହରଣ :
সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
ଅର୍ଥ : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
ଉଦାହରଣ :
গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ