ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পাগল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পাগল   বিশেষ্য

ଅର୍ଥ : মন আৰু বুদ্ধিয়ে ভাৰসাম্যতা হেৰুওৱা মগজুৰ এক প্রকাৰ ৰোগ:অতিমাত্রা শোকে তেওঁক ্পাগল কৰি তুলিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বাউল, বাতুল

ଅର୍ଥ : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে

ଉଦାହରଣ : ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল

ସମକକ୍ଷ : পাগল ব্যক্তি

পাগল   বিশেষণ

ଅର୍ଥ : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে

ଉଦାହରଣ : বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল

ଅର୍ଥ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে

ଉଦାହରଣ : ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে

ସମକକ୍ଷ : বাউল

ଅର୍ଥ : মগজুৰ বিকৃতি ঘটা

ଉଦାହରଣ : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে

ସମକକ୍ଷ : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল