ଅର୍ଥ : ছিৰিয়াত প্রচলিত মুদ্রা
ଉଦାହରଣ :
এক আমেৰিকান ডলাৰ কিমান ছিৰিয়ান পাউণ্ডৰ সমান হয় ?
ସମକକ୍ଷ : ছিৰিয়ান পাউণ্ড
ଅର୍ଥ : মিচৰত প্রচলিত মুদ্রা
ଉଦାହରଣ :
এক ইজিপ্সিয়ান পাউণ্ড প্রায় ভাৰতীয় মূল্য আঠ টকাৰ সমান
ସମକକ୍ଷ : ইজিপ্সিয়ান পাউণ্ড
ଅର୍ଥ : গ্রেট ব্রিটেইনত প্রচলিত মুদ্রা
ଉଦାହରଣ :
এক ব্রিটিছ পাউণ্ডত প্রায় পয়সত্তৰ টকা হয়
ସମକକ୍ଷ : ব্রিটিছ পাউণ্ড
ଅର୍ଥ : লেবাননত চলা মুদ্রা
ଉଦାହରଣ :
কামৰানে লেবানীজ পাউণ্ড কিনিবলৈ বেংকলৈ গৈছে
ସମକକ୍ଷ : লেবানিজ পাউণ্ড