ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
ଉଦାହରଣ : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
ସମକକ୍ଷ : কেশৰী, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ, সিংহ
ଅର୍ଥ : সিংহ জাতিৰ মতা
ଉଦାହରଣ : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
ସମକକ୍ଷ : কেশৰী, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ, সিংহ
ସଂସ୍ଥାପନ କରନ୍ତୁ