ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
ଉଦାହରଣ : কয়দীজন জেলৰ পৰা পলাই গʼল
ସମକକ୍ଷ : পলাই যোৱা, পলায়ন কৰা
ଅର୍ଥ : প্রেমিক-প্রেমিকাই মনে মনে গুচি যোৱা কার্য
ଉଦାହରଣ : বিয়া পাতিবৰ কাৰণে তেওঁলোক দুয়ো ঘৰৰ পৰা পলাল
ସଂସ୍ଥାପନ କରନ୍ତୁ