ଅର୍ଥ : পোলেণ্ড দেশৰ অধিবাসী
ଉଦାହରଣ :
সেই পলিচজনৰ লগত দেশলৈ ঘূৰি অহাৰ পিছত ফোনতহে কথা-বতৰা হʼল
ସମକକ୍ଷ : পোলেণ্ড বাসী, পোলেণ্ড-বাসী, পোলেণ্ডবাসী
ଅର୍ଥ : পোলেণ্ডৰ সৈতে সম্বন্ধ থকা বা পোলেণ্ডৰ
ଉଦାହରଣ :
এই সংস্থাটোৱে ভাৰতবর্ষত পলিচ সাংস্কৃতিক কাম-কাজ কৰে