ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পলাই যোৱা লোক
ଉଦାହରଣ : পুলিচে পলাতকক বিচাৰি ফুৰিছে
ସମକକ୍ଷ : পলাতক, পলৰীয়া
ଅର୍ଥ : পলাই যোৱা
ଉଦାହରଣ : পুলিচে পলাতক অপৰাধীৰ তালাচী চলাই আছে
ସମକକ୍ଷ : পলাতক, পলায়িত, পলৰীয়া, ফেৰাৰ
ଅର୍ଥ : পলায়ন কৰোতা
ଉଦାହରଣ : সেনাপতিয়ে যুদ্ধৰ পৰা পলৰীয়া সৈনিকবোৰক গুলী মাৰিলে
ସମକକ୍ଷ : পলাতক, পলায়নশীল, পলায়িত, পলৰীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ