ଅର୍ଥ : যি নিজৰ পতি বা পত্নীক এৰিছে আৰু চোৱাচিতা কৰিবলৈ এৰি দিছে
ଉଦାହରଣ :
তেওঁ পলাতক ব্যক্তিৰ পৰা নিজৰ অধিকাৰ নিশ্চয় বিচাৰিব লাগে
ଅର୍ଥ : যি সেৱাৰ প্রতি অনীহা দেখুৱায় বা সেৱা নকৰি পলাই গুচি যায় (বিশেষভাৱে সৈন্যবাহিনীৰ সেৱা)
ଉଦାହରଣ :
ৰজাই পলাতক সৈনিকবোৰক প্ৰাণদণ্ড বিহাৰ ঘোষণা কৰিলে