ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পর্দা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পর্দা   বিশেষ্য

ଅର୍ଥ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ

ଉଦାହରଣ : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে

ସମକକ୍ଷ : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা

ଅର୍ଥ : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ

ଉଦାହରଣ : এই চিনেমা হলটোৰ পর্দা বহুত সৰু

ସମକକ୍ଷ : স্ক্রীণ

ଅର୍ଥ : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ

ଉଦାହରଣ : এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল

ସମକକ୍ଷ : পৰদা