ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
ଉଦାହରଣ : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
ସମକକ୍ଷ : স্থান
ଅର୍ଥ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
ଉଦାହରଣ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
ସମକକ୍ଷ : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি
ଅର୍ଥ : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা
ଉଦାହରଣ : কবিতা ৰচনা কৰা লোকক কবি বোলে
ସମକକ୍ଷ : কবিতা, কাব্য, পদ্য
ଅର୍ଥ : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ
ଉଦାହରଣ : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়
ଅର୍ଥ : গোৱা কার্য ্বা ভাব
ଉଦାହରଣ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
ସମକକ୍ଷ : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত
ଅର୍ଥ : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
ଉଦାହରଣ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
ସମକକ୍ଷ : চৰণ, পাদ, পাৱ, ভৰি
ସଂସ୍ଥାପନ କରନ୍ତୁ