ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পত্রিকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পত্রিকা   বিশেষ্য

ଅର୍ଥ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ

ଉଦାହରଣ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে

ସମକକ୍ଷ : খত, চিঠি, চিঠি-পত্র, পত্র

ଅର୍ଥ : বিশেষকৈ নি্র্ধাৰিত সময়ত প্রকাশিত হোৱা এক বিশেষ প্রকাৰৰ পুস্তক যʼত কোনো সংবাদ, বার্তা বা কাৰোবাৰ বিচাৰৰ বর্ণন ্থাকে

ଉଦାହରଣ : তেওঁ আলোচনী পঢ়িবলৈ ভাল পায়

ସମକକ୍ଷ : আলোচনী

ଅର୍ଥ : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে

ଉଦାହରଣ : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল

ସମକକ୍ଷ : পত্র