ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিয়ে পত্র আদি কাৰোবাৰ ওচৰলৈ লৈ যায়
ଉଦାହରଣ : আজি ৰাতিপুৱাই এজন পত্রবাহকে এই চিঠিখন দি গʼল
ସମକକ୍ଷ : পত্র-বাহক, হৰকৰা
ଅର୍ଥ : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
ଉଦାହରଣ : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
ସମକକ୍ଷ : ডাকোৱাল, পিয়ন, পোষ্টমেন
ସଂସ୍ଥାପନ କରନ୍ତୁ