ଅର୍ଥ : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে
ଉଦାହରଣ :
মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে
ସମକକ୍ଷ : বাঁৰী, বিধৱা, স্বামীহীনা
ଅର୍ଥ : যাৰ স্বামীৰ মৃত্যু হৈছে
ଉଦାହରଣ :
বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক
ସମକକ୍ଷ : বাঁৰী, বিধবা, স্বামীহীনা