ଅର୍ଥ : যিজনে অধ্যয়ন কৰে
ଉଦାହରଣ :
ভাল অধ্যয়নকাৰীয়ে যিকোনো বিষয়ৰ অধ্যয়ন খৰচিমাৰি কৰে
ସମକକ୍ଷ : অধ্যয়ন কর্তা, অধ্যয়নকাৰী
ଅର୍ଥ : পঢ়িব পৰা ব্যক্তি
ଉଦାହରଣ :
পঢ়ুৱৈসকলক আলোচনীখন সন্দর্ভত ্মতামত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ
ସମକକ୍ଷ : পাঠক