ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনক কোনো বিশেষ গুণ আদিৰ কাৰণে কাৰোবাৰ ভাল লাগে
ଉଦାହରଣ : শচীনক মই পচন্দ কৰোঁ
ସମକକ୍ଷ : পচন্দ
ଅର୍ଥ : মনৰ ভাল লগা ভাব
ଉଦାହରଣ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
ସମକକ୍ଷ : অভিৰুচি, ইচ্ছা, ৰুচি
ଅର୍ଥ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ଉଦାହରଣ : এইখন মোৰ অতি প্রিয় গ্রন্থ
ସମକକ୍ଷ : অভিৰুচি, প্রিয়, ভাল লগা, ৰুচি
ସଂସ୍ଥାପନ କରନ୍ତୁ