ଅର୍ଥ : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ
ଉଦାହରଣ :
কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল
ଅର୍ଥ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
ଉଦାହରଣ :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
ସମକକ୍ଷ : পার্টী
ଅର୍ଥ : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা
ଉଦାହରଣ :
আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত
ଅର୍ଥ : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা
ଉଦାହରଣ :
আপুনি কোনটো পক্ষত আছে ?