ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
ଉଦାହରଣ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
ସମକକ୍ଷ : ঘূৰোৱা, জপোৱা, নুৰিওৱা, মেৰিওৱা
ଅର୍ଥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ଉଦାହରଣ :
ସମକକ୍ଷ : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, মোহাৰি দিয়া, মোহৰা
ଅର୍ଥ : ফল আদি প্রস্তুত কৰা বা পকোৱা কার্য
ଉଦାହରଣ : তেওঁ আম ্পকালে
ସମକକ୍ଷ : পক দিয়া
ଅର୍ଥ : আহাৰ প্রস্তুত কৰা
ଉଦାହରଣ : মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
ସମକକ୍ଷ : পগোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ