ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নৱমল্লিকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নৱমল্লিকা   বিশেষ্য

ଅର୍ଥ : সুগন্ধি ফুলযুক্ত একপ্রকাৰৰ উদ্ভিদ

ଉଦାହରଣ : সাধু মহাৰাজে নিজৰ কুটীৰটোৰ চাৰিওফালে নৱমল্লিকা ফুল লগাই ৰাখিছে

ସମକକ୍ଷ : চামেলি

ଅର୍ଥ : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল

ଉଦାହରଣ : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি

ସମକକ୍ଷ : নেৱালি, নেৱালী, মালতী