ଅର୍ଥ : দেহ-মন আদিক অসুস্থ কৰি তোলা শাৰীৰিক প্রক্রিয়া
ଉଦାହରଣ :
যত্ন নোলোৱা শৰীৰত নানান বেমাৰ হʼব পাৰে ডাঙৰ-ডাঙৰ ডাক্তৰেও ৰোগটো চিনাক্ত কৰিব নোৱাৰিলে
ସମକକ୍ଷ : অসুখ, অসুখ-বিসুখ, অস্বস্থতা, আজাৰ, আধি-ব্যাধি, আর্তি, বিকাৰ, বেমাৰ, বেমাৰ-আজাৰ, ব্যাধি, ৰোগ, ৰোগ-ব্যাধি, ৰোগভোগ