ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ন্যায় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ন্যায়   বিশেষ্য

ଅର୍ଥ : আদালতত দোষী আৰু নির্দোষী বা অধিকাৰী আৰু অনধিকাৰী আদিৰ বিচাৰপূর্বক নি্র্ধাৰণ

ଉଦାହରଣ : আধুনিক যুগত ন্যায়ও বিক্রী হয়

ସମକକ୍ଷ : ন্যায়-বিচাৰ

ଅର୍ଥ : ছয় দর্শনৰ ভিতৰত এক ্দর্শন ্বা যি শাস্ত্রত কোনো বস্তুৰ যথার্থ ্জ্ঞানৰ বাবে মত বা বিচাৰৰ উচিত বিবেচন হয়

ଉଦାହରଣ : পণ্ডিত ৰমাশঙ্কৰ ন্যায়ৰ বৰ ডাঙৰ জ্ঞাতা আছিল

ସମକକ୍ଷ : ন্যায় দর্শন, ন্যায়-দর্শন, ন্যায়দর্শন, ন্যায়শাস্ত্র

ଅର୍ଥ : যি কথা উচিত বা নিয়মৰ অনুকূলে হয়

ଉଦାହରଣ : ভগৱানে ইমান ন্যায়পৰায়ণ মানুহজনৰ লগতো ন্যায় নকৰিলে