ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জ্বলি থকা বা উত্তপ্ত বস্তুৰ পানী আদিৰ সংস্পর্শলৈ আহি ঠাণ্ডা হোৱা
ଉଦାହରଣ : পানী পৰোতেই কয়লাখিনি নুমাই গʼল
ସମକକ୍ଷ : চেঁ্চা পৰা, নুমাই যোৱা
ଅର୍ଥ : কোনো বস্তুৰ জ্বলন কার্য ্ নাইকিয়া হৈ যোৱা
ଉଦାହରଣ : চাকিটো নুমাই গʼল
ସମକକ୍ଷ : নুমাই যোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ