ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আকাশ ৰঙৰ বা নীল বৰণৰ
ଉଦାହରଣ : চিত্রকৰে প্রাকৃতিক দৃশ্যটো আঁকোতে আকাশত নীলা ৰং দিবলৈ পাহৰিলে
ସମକକ୍ଷ : নীল বৰণ, নীল-ৰং, নীলত্ব, নীলা, নীলা ৰং
ଅର୍ଥ : নীলা হোৱা অৱস্থা
ଉଦାହରଣ : স্বাতিৰ চকুৰ নীলাভখিনি গুচি গʼল
ସମକକ୍ଷ : নীলত্ব
ଅର୍ଥ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ଉଦାହରଣ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
ସମକକ୍ଷ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, ব্যোম, শূন্য
ସଂସ୍ଥାପନ କରନ୍ତୁ