ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নীচ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নীচ   বিশেষণ

ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত

ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, বদ, বেয়া, মন্দ

ଅର୍ଥ : যি পাপ কৰে বা পাপ কৰোতা

ଉଦାହରଣ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

ସମକକ୍ଷ : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

ଅର୍ଥ : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ

ଉଦାହରଣ : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ

ସମକକ୍ଷ : অধম, ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীহ, হীন

ଅର୍ଥ : যি জাতি, পদ, গুণ আদিত নিম্নমানৰ

ଉଦାହରଣ : উচ্চ বর্গই ্সদায় নিম্ন ্বর্গক ্প্রতাৰিত কৰে

ସମକକ୍ଷ : নিম্ন