ଅର୍ଥ : যʼত কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে
ଉଦାହରଣ :
তেওঁ নিৰাপদ জীৱন অতিবাহিত কৰি আছে
ଅର୍ଥ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ଉଦାହରଣ :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
ସମକକ୍ଷ : সুৰক্ষিত
ଅର୍ଥ : যʼত অনাহক আশংকা নাথাকে
ଉଦାହରଣ :
নিৰাপদ ভৱিষ্যতৰ কল্পনা সকলোৱেই কৰে