ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন ব্যক্তি অপৰাধী নহয়
ଉଦାହରଣ : পুলিচে অপৰাধীৰ ঠাইত নিৰপৰাধীক ধৰি হাজোতত থʼলে
ଅର୍ଥ : যি অপৰাধী নহয়
ଉଦାହରଣ : কাশ্মীৰত সন্ত্রাসবাদীয়ে কিমান যে নির্দোষীলোকৰ প্রাণ লʼলে
ସମକକ୍ଷ : অনপৰাধী, অপৰাধহীন, নির্দোষী, নিৰপৰাধ
ଅର୍ଥ : যি পাপ কৰা নাই
ଉଦାହରଣ : নিষ্পাপ ব্যক্তি ্স্বর্গৰ অধিকাৰী হয় বুলি মনা হয়
ସମକକ୍ଷ : নিষ্পাপ, পাপহীন, পাপৰহিত
ସଂସ୍ଥାପନ କରନ୍ତୁ