ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন ব্যক্তি শিক্ষত নহয়
ଉଦାହରଣ : নিৰক্ষৰসকলক শিক্ষিত কৰাটো অতি প্রয়োজন
ସମକକ୍ଷ : অশিক্ষিত
ଅର୍ଥ : যিজন শিক্ষিত নহয় বা লিখা-পঢ়া নজনাজন
ଉଦାହରଣ : মই এনে এখন গাঁৱৰ নিবাসী যʼৰ বেছিভাগ মানুহেই অশিক্ষিত
ସମକକ୍ଷ : অনাখৰী, অপণ্ডিত, অবিজ্ঞ, অশিক্ষিত, অসাক্ষৰ, বিদ্যাহীন
ସଂସ୍ଥାପନ କରନ୍ତୁ