ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিয়ন্ত্রণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিয়ন্ত্রণ   বিশেষ্য

ଅର୍ଥ : কোনো কাম বা ব্যৱসায় আদি নিজৰ অধিকাৰত লোৱা বা নিজৰ তত্ত্বাৱধানত ৰাখি চলোৱা কার্য

ଉଦାହରଣ : নিজৰ দেউতাকৰ ব্যৱসায়ৰ ওপৰত ৰামৰ নিয়ন্ত্রণ আছে

ଅର୍ଥ : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

ଉଦାହରଣ : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

ସମକକ୍ଷ : অংকুশ, বাধা