ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিয়তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিয়তি   বিশেষ্য

ଅର୍ଥ : নিতান্তই হোৱা বা হʼবলগীয়া কথা বা ঘটনা

ଉଦାହରଣ : অৱশ্যমভাবীতাক কোনে আওকাণ কৰিব পাৰে

ସମକକ୍ଷ : আৱশ্যমভাবীতা

ଅର୍ଥ : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়

ଉଦାହରଣ : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে

ସମକକ୍ଷ : কপাল, ভাগ্য, ললাট