ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নি্র্বাসন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নি্র্বাসন   বিশেষ্য

ଅର୍ଥ : দেশৰ পৰা বাহিৰ কৰি দিয়া শাস্তি

ଉଦାହରଣ : বৃটিছৰ ৰাজত্বকালত স্বাধীনতা যুঁ্জাৰুসকলক শাস্তি হিচাপে নি্র্বাসন দি আন্দামানলৈ পঠোৱা হৈছিল

ସମକକ୍ଷ : দেশত্যাগী হোৱা-, দেশান্তৰী, নি্র্ব্বাসন

ଅର୍ଥ : কাৰোবাক শাস্তি স্বৰূপে কোনো ঠাই, অঞ্চল আদিৰ পৰা আঁ্তৰাই অন্য কোনো দূৰৱর্তী ঠাইলৈ পঠিওৱা কার্য

ଉଦାହରଣ : অজাতি ছোৱালী বিয়া কৰোৱাৰ কাৰণে মঙ্গলুক নিজ জাতিৰ পৰা নি্র্বাসন দিলে

ଅର୍ଥ : একপ্রকাৰৰ শাস্তি যʼত অপৰাধীক এক নির্দিষ্ট সময়লৈকে একোখন ঠাইত প্রৱেশৰ বাধা আৰোপ কৰা হয়

ଉଦାହରଣ : এই চিনেমাখনত নায়কজন নি্র্বাসন দিয়া হয়