ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ কোনো ধৰণৰ লোভ বা লালসা নাই
ଉଦାହରଣ : প্রকৃত সাধু-সন্ত নিস্পৃহ হয়
ସମକକ୍ଷ : নির্লোভ, লালসাৰহিত, লোভহীন
ଅର୍ଥ : যাৰ ইচ্ছা নাই
ଉଦାହରଣ : অনিচ্ছুক ব্যক্তিৰ কোনো ধৰণৰ দুখ নহয়
ସମକକ୍ଷ : অনভিলাষী, অনিচ্ছুক
ଅର୍ଥ : যি ইচ্ছুক নহয়
ଉଦାହରଣ : তেওঁ এই ্কামটোৰ প্রতি অনিচ্ছুক
ଅର୍ଥ : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
ଉଦାହରଣ : কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
ସମକକ୍ଷ : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-
ସଂସ୍ଥାପନ କରନ୍ତୁ