ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত উষ্ণতা নাথাকে
ଉଦାହରଣ : তেওঁৰ ্উষ্মাহীন আদৰণিত মোৰ মন উদাস হৈ পৰিল
ସମକକ୍ଷ : উষ্ণতাহীন, উষ্মাহীন
ଅର୍ଥ : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
ଉଦାହରଣ : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
ସମକକ୍ଷ : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, মলীন, মোলান, ম্লান, শেতা
ସଂସ୍ଥାପନ କରନ୍ତୁ