ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ লগত কোনো নাই বা নাথাকে
ଉଦାହରଣ : তেওঁ অকলশৰীয়া জীৱন কটাই আছে
ସମକକ୍ଷ : অকলকতীয়া, অকলশৰীয়া, একাকী, নিমূৰ-মূৰা
ଅର୍ଥ : বেলেগৰ পৰা অকলে থকা
ଉଦାହରଣ : তেওঁ ভীৰতো অকলশৰীয়া আছিল
ସମକକ୍ଷ : অকলশৰীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ