ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিষ্পত্তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিষ্পত্তি   বিশেষ্য

ଅର୍ଥ : সমাপ্ত হোৱাৰ ভাব বা কার্য

ଉଦାହରଣ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

ସମକକ୍ଷ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

ଅର୍ଥ : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া

ଉଦାହରଣ : মোৰ সমস্যাৰ সমাধান হৈ গʼল

ସମକକ୍ଷ : মীমাংসা, সমাধান, সমিধান, সিদ্ধান্ত

ଅର୍ଥ : মিত-মাত কৰা কার্য ্বা ভাৱ

ଉଦାହରଣ : মই ঘৰুৱা বিবাদৰ নিষ্পত্তি কৰি সোনকালেই ঘূৰি আহিম

ସମକକ୍ଷ : ফৈচলা, ফয়চলা, মিত-মাত