ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো সংস্থা আদিৰ প্রধান বিষয়া
ଉଦାହରଣ : এই সংস্থাটোৰ নির্দেশকজন এজন বিদ্বান ব্যক্তি
ଅର୍ଥ : কোনো চিনেমা, নাটক আদিত থকা চৰিত্র সমূহৰ বেশভূষা, ভূমিকা বা আচৰণ আৰু দৃশ্যৰ স্বৰূপ আদি নিশ্চিত কৰা বিষয়া
ଉଦାହରଣ : এই চিনেমাখনৰ নির্দেশক সুভাষ ঘাই
ସମକକ୍ଷ : ডাইৰেক্টৰ, ডিৰেক্টৰ
ଅର୍ଥ : যিয়ে কোনো ধৰণৰ নির্দেশ দিয়ে বা কিবা কথা কয়
ଉଦାହରଣ : আমি এই কামটো এজন অভিজ্ঞ নির্দেশকৰ পথনির্দে্শনাত কৰি আছোঁ
ସଂସ୍ଥାପନ କରନ୍ତୁ