ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নির্দিষ্ট সময় ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নির্দিষ্ট সময়   বিশেষ্য

ଅର୍ଥ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক

ଉଦାହରଣ : এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল

ସମକକ୍ଷ : কালসীমা, খঁতিৰা, ধার্যসময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্ধার্য্যসময়

ଅର୍ଥ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে

ଉଦାହରଣ : এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি

ସମକକ୍ଷ : খঁতিৰা, ধার্যসময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্কালসীমা

নির্দিষ্ট সময়   বিশেষণ

ଅର୍ଥ : পৰিকল্পিত বা সূচীভুক্ত কৰি থোৱা কোনো সময়

ଉଦାହରଣ : মই নির্দিষ্ট সময়ত আপোনাক লগ পাম