ଅର୍ଥ : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
ଉଦାହରଣ :
তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
ସମକକ୍ଷ : নির্মূল্্কাৰী
ଅର୍ଥ : নিবাৰণ কৰা
ଉଦାହରଣ :
মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
ସମକକ୍ଷ : ৰোধক