ଅର୍ଥ : যি দ্রৱ্য সেৱন কৰিলে নিচা ধৰে
ଉଦାହରଣ :
আজিকালি বেছিভাগ মানুহেই মাদক দ্রৱ্যৰ সেৱন কৰিবলৈ লৈছে
ସମକକ୍ଷ : নিচা জাতীয় পদার্থ, নিচাত্মক পদার্থ, নিচাযুক্ত দ্রৱ্য, নিচাযুক্ত পদার্থ, মাদক দ্রৱ্য
ଅର୍ଥ : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
ଉଦାହରଣ :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
ସମକକ୍ଷ : জাল, মত্ততা, মত্তাৱস্থা, ৰাগি