ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিক্ষেপ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিক্ষেপ কৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ଉଦାହରଣ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

ସମକକ୍ଷ : দলিওৱা, পেলাই দিয়া, ভৰোৱা

ଅର୍ଥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

ଉଦାହରଣ : ডাষ্টবিনত জাবৰ পেলোৱা হয়

ସମକକ୍ଷ : দলিওৱা, দলিয়া, পেলোৱা