ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নিকৃষ্ট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নিকৃষ্ট   বিশেষণ

ଅର୍ଥ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়

ଉଦାହରଣ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়

ସମକକ୍ଷ : অচ্ছুৎ, অস্পৃশ্য, পতিত

ଅର୍ଥ : যি প্রবল নহয়

ଉଦାହରଣ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

ସମକକ୍ଷ : অধম, অপ্রবল, কম, প্রবলতাহীন, বেয়া, মন্দ

ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত

ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নীচ, বদ, বেয়া, মন্দ