ଅର୍ଥ : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
ଉଦାହରଣ :
তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
ସମକକ୍ଷ : নাৰিকেল
ଅର୍ଥ : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
ଉଦାହରଣ :
এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
ସମକକ୍ଷ : নাৰিকল গছ