ଅର୍ଥ : উচ্ছন্ন বা নষ্ট হোৱা
ଉଦାହରଣ :
ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
ସମକକ୍ଷ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, বিনাশ কৰা
ଅର୍ଥ : লাহে লাহে হ্রাস বা কম কৰা
ଉଦାହରଣ :
গছবোৰ কাটি আমি প্রাকৃতিক সম্পদৰ ক্ষতিসাধন কৰিছো
ସମକକ୍ଷ : ক্ষতি কৰা, ক্ষতিসাধন কৰা