ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কামত বা কথাত মানা কৰা
ଉଦାହରଣ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
ସମକକ୍ଷ : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ସମକକ୍ଷ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা
ଅର୍ଥ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
ଉଦାହରଣ : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
ସମକକ୍ଷ : অস্বীকাৰ
ଅର୍ଥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ଉଦାହରଣ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
ସମକକ୍ଷ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত
ଅର୍ଥ : যিয়ে সহমত পোৱা নাই
ଉଦାହରଣ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
ସମକକ୍ଷ : অসন্মতি, অস্বীকৃত, সহমতহীন
ସଂସ୍ଥାପନ କରନ୍ତୁ