ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ নামঞ্জুৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

নামঞ্জুৰ   বিশেষ্য

ଅର୍ଥ : কোনো কামত বা কথাত মানা কৰা

ଉଦାହରଣ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

ସମକକ୍ଷ : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

ସମକକ୍ଷ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা

ଅର୍ଥ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য

ଉଦାହରଣ : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব

ସମକକ୍ଷ : অস্বীকাৰ

নামঞ্জুৰ   বিশেষণ

ଅର୍ଥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

ଉଦାହରଣ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

ସମକକ୍ଷ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত

ଅର୍ଥ : যিয়ে সহমত পোৱা নাই

ଉଦାହରଣ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে

ସମକକ୍ଷ : অসন্মতি, অস্বীকৃত, সহমতহীন